Monday 4 April 2016

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:-
মুহিৰামে গধূলি প্ৰাৰ্থনা ঘৰত সোমাই ভগৱানৰ নাম লৈছে-
"গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ"
গাই থাকোঁতে মেকুৰী এটা সোমাই অহা দেখা পালে, মুহিৰামে চিঞৰি উঠিল--
"চুহ চুহ হেই মেকুৰীজনী আহিছে, খেদ খেদ"
তাৰপিছত আকৌ প্ৰাৰ্থনা জুৰিলে--
"গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ"
সেইজনী আকৌ আহিছে খেদ খেদ খেদি দে
"শুনিয়া হাসি চাহি চক্ৰপাণি নোহন্ত আদিত্য বুলিলা বাণী"
ইহঁতি কথা ক'লে নুশুনে ঔ, বাৰে বাৰে আহিছে যে মেকুৰীজনী চুহ চুহ
"গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ"....
LikeShow more reactions
Comment
Comments
Palash Borah Hahaha
Anita Gogoi grin emoticon
Madhuchanda Chaliha Bhuyan " শুনিয়া হাসি চাহি চক্ৰপাণি ।
নোহন্ত আদিত্য বুলিলা বাণী ।।"..বেয়া নাপাবা...চকুত পৰিলত শুধৰাই দিলোঁ ..অৱশ্যে মেকুৰীৰ ধ্যানত মুহিৰামৰ ভুল হ'ব পাৰে
UnlikeReply2Yesterday at 1:22amEdited
Mousumee Bori
Write a comment...