গল্ফীৰ ডায়েৰি:-
মুহিৰামে গধূলি প্ৰাৰ্থনা ঘৰত সোমাই ভগৱানৰ নাম লৈছে-
"গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ"
গাই থাকোঁতে মেকুৰী এটা সোমাই অহা দেখা পালে, মুহিৰামে চিঞৰি উঠিল--
"চুহ চুহ হেই মেকুৰীজনী আহিছে, খেদ খেদ"
তাৰপিছত আকৌ প্ৰাৰ্থনা জুৰিলে--

সেইজনী আকৌ আহিছে খেদ খেদ খেদি দে
"শুনিয়া হাসি চাহি চক্ৰপাণি নোহন্ত আদিত্য বুলিলা বাণী"
ইহঁতি কথা ক'লে নুশুনে ঔ, বাৰে বাৰে আহিছে যে মেকুৰীজনী চুহ চুহ
"গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ"....

No comments:
Post a Comment