অভিৰুচি - অভিজ্ঞান
লেখিকাৰ দ্বাৰা সর্বস্বত্ব সংৰক্ষিত
Labels
অনুবাদ কবিতা
অনুভৱ
উপন্যাস
এটা পুতলাই মাকলৈ লিখা চিঠি
কবিতা
কবিতা কবিতা
কবিতা পুথি
গল্প
গল্ফীৰ ডায়েৰী
গীত
চিঠি
জান-হিয়া আখ্যান
প্রৱন্ধ
মাকে জীয়ৰীলৈ লিখা চিঠি
মোৰ কবিতাৰ অনুবাদ
মোৰ কবিতাৰ পৰ্যালোচনা
সৰু সৰু কাহিনী
স্মৃতি কথা
Monday 21 November 2016
গল্ফীৰ ডায়েৰি
এবাৰ মোৰ লগত এগৰাকী নেপালী সম্প্ৰদায়ৰ সৰু ছোৱালী এজনী আছিল৷ এদিন মই টেবুলত খুন্দা খাই "আয়াহ!" বুলি কৈ উঠিলোঁ৷তাইও মোৰ কথা শুনি লগে লগে কৈ উঠিল -- "ডিডি, তুমি চোন নেপালী ভাষা কৈছা? আমাৰ নেপালীভাষাতো দুখ পালে "আয়াহ" বুলি কয়!"
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment