"আখৰুৱা"ৰ
বৈদ্যুতিন পাতত মৌচুমী বাৰ কাপেৰে অণুগল্পৰ শৈলীত ডায়েৰীধৰ্মী লেখাৰ ন- ধাৰা পাইছো
। এনে ন- ন কৰ্ষণেৰে বৰ্ষামুখৰ হওঁক সাহিত্যৰ পথাৰ। ধন্যবাদ।
জনজীত গোস্বামী
মৌচুমী
বাৰ গল্ফিৰ ডায়েৰীৰ অনন্য আমেজ আছে৷ ব্যতিক্ৰমী লিখনি৷ বিশেষকৈ শিশু সাহিত্যত
গল্ফিৰ ডায়েৰীয়ে এক ভাল স্থান গ্ৰহণ কৰিবৰ গুণ আছে৷
---- হীৰক জ্যোতি
বৈশ্য
No comments:
Post a Comment