গল্ফীৰ ডায়েৰি:
ৰীতিৰ মানুহজনে ঘৰৰ সকলো বস্তুকে “মোৰ বস্তু” বুলি কয় যেনে—মোৰ
গাড়ীখন,মোৰ ডাইনিং টেবুলখন, মোৰ চোফাখন ইত্যাদি ইত্যাদি৷ ঘৰৰ সকলো বস্তুকে “মোৰ” “মোৰ”
বুলি কোৱা বাবে এদিন ৰীতি অতিস্থ হৈ পৰিল৷এদিন মানুহজনক ক’লে—“কি হে তুমি সকলো বস্তুকে
মোৰ বুলি কোৱা?এইখন আমাৰ সংসাৰ,সকলো বস্তু আমাৰ বুলি কবা আকৌ!” মানুহজনে ৰীতিৰ কথা
শুনি “ঠিক আছে” বুলিলে৷
No comments:
Post a Comment