Monday 10 August 2015

গল্ফীৰ ডায়েৰি, ২৫ জুন,২০১৫

বীৰু আৰু মই চাহ খাই আছোঁ ৷ মোৰ প্লেটত বিস্কুট আৰু আলুভুজীয়া ৷ বীৰুৰ কাষত এটা মিক্সাৰৰ কনটেইনাৰ আৰু এটা বিস্কুটৰ কনটেইনাৰ ৷ বীৰুৱে মোৰ প্লেটৰ পৰা আলুভুজীয়া ল'লে ৷ মই গহীনত ক'লো --
: আলুভুজীয়া সেই কনটেইনাৰটোত আছে 
মোৰ কথা শুনি বীৰুৱে মোলৈ চালে আৰু ক'লে --
: অ' তাৰমানে তুমি কব' বিচাৰিছা মোৰ প্লেটৰ পৰা নল'বা ৷
তাৰ কথাত নাহাঁহো বুলিও মোৰ মুখৰ পৰা হাঁহি ওলাই আহিল ৷

No comments:

Post a Comment