Tuesday 19 January 2016

অভিজ্ঞতাৰ পাঠশালা-১


  • অভিজ্ঞতাৰ পাঠশালা-১ শীতৰ দোপালপিটা বৰষুণজাকত জুৰুলি জুপুৰি মোৰ হিয়াৰ কপৌজনী
    খবৰ নিদিয়াকৈয়ে আহিছিল শীতৰ অতিথি বিশ্বাসৰ সুমথিৰা ৰ’দজাকতে বহাই আপ্যায়ন কৰা হৈছিল তেওঁক
    মই মৰিবলৈ তেওঁ মোৰ চাহৰ কাপত এটুকুৰা বিহ পেলাই দিছিল
    মই নমৰিলোঁ মাথোঁ বিশ্বাসৰ সৌধটি খহি পৰা যন্ত্ৰণাৰ দগ্ধতাত দহি দহি পৰিণত হ’লো উত্তাপিত এটুকুৰা ৰঙা অঙঠা – জীৱনে শিকাই যোৱা৷৷

No comments:

Post a Comment