Saturday 12 August 2017

গল্ফীৰ ডায়েৰি

গল্ফীৰ ডায়েৰি:
এদিন গধূলি পৰত গাডীত গৈ আছোঁ৷ তেনেতে বাইক এখনৰ পৰা অহা তীব্ৰ পোহৰ গাডীত পৰিল৷ আমাৰ ড্ৰাইভাৰ বৰা কায়ে গাডীৰ খিৰিকীৰে মূৰ ওলিয়াই বাইক চালকজনক চিঞৰি সুধিলে -" হৌৰা,দীপা নাই নেকি?" পিছে বাইক চালকৰ উত্তৰ দিবলৈ সময় নাই৷ ভুৰুংকৈ পাৰ হৈ গ'ল৷
মই বৰা কাইক সুধিলোঁ -- "বৰা কাই,দীপা কোন হয়নো?"

No comments:

Post a Comment