Saturday 12 August 2017

গল্ফীৰ ডায়েৰি:

গল্ফীৰ ডায়েৰি:-
বীৰু: মাজনী বাইদেউ, আপোনাৰ জীঅ(Jio) আছেনে?
মাজনী বাইদেউ: হেৰৌ, মোক কি মৰা দেখিলি নেকি? জীউটো আছে কাৰণেটো জীয়াই আছোঁ!!!

No comments:

Post a Comment