Friday 15 February 2013

নিজান বিয়পি পৰে নিজানত




ইমান নিজান

অথচ ইমান নিবিড়

কিমান বাৰ যে আহোঁ

কিমান বাৰ যে উভতি যাওঁ

অহাৰ বাটেৰে

স্মৃতিৰ অকণমান সুৰুঙা পালেই

নিজান বিয়পি পৰে নিজানত

No comments:

Post a Comment