Sunday 29 March 2015

গল্ফীৰ ডায়েৰী

গল্ফীৰ ডায়েৰী
কালি বীৰুৱে মোক এটা গাজা ক'লে, তাকে ডায়েৰীত আজি টুকি ৰাখিলো--
এজন মানুহ এবাৰ হোটেলত বহিল কিবা এটা খাবলৈ ৷ মানুহজনৰ হোটেলত খোৱা অভ্যাস তেনেকৈ নায়েই, সেয়ে তেওঁ হোটেলৰ মিঠাই আদিবোৰ ভালকৈ চিনি নাপায়৷
হোটেলৰ কাম কৰা ল'ৰাটোক ক'লে -- খাবলৈ কি আছে লৈ আহ ৷ ল'ৰাটোৱে মানুহজনক চিংৰা এটা আৰু পানী এগিলাছ দিলে ৷ মানুহজনে জীৱনত কেতিয়াও চিংৰা দেখা নাই ! চিংৰাটো তেওঁ হাতত লৈ ফালি চাই দেখিলে ভিতৰত আলু, মটৰ আছে ৷ তেওঁ আচৰিত হৈ ভাবিলে -- ওৱা, এই দুৱাৰ-খিৰিকী নথকাটোৰ ভিতৰত আলু, মটৰ কেনেকৈ ওলাল?
Like · Comment ·  · 133

No comments:

Post a Comment