Sunday 29 March 2015

"গল্ফীৰ ডায়েৰি"

"গল্ফীৰ ডায়েৰি"
ৰীনা, নমি আৰু বিৰিণা তিনিওজনী বান্ধৱী ৷ তিনিওজনীৰে এটা কথাত বিৰাট মিল ৷ হাঁহি উঠিলে সিহঁত কেইজনীৰ কাষত থকা লোকজনৰ পিঠিত চাপৰ মাৰি হঁহাৰ অভ্যাস ৷বিৰিণাই আকৌ কোনো যদি কাষত নাথাকে হাতখন মেলি মানুহ খেপিয়াই থকাৰ দৰে কৰি কৰি হাঁহে ৷
আমাৰ মাজনী বাইদেৱে পিছে জোৰকৈ হাঁহি উঠিলে হাতখন এনেকৈ লৰাই লৰাই হাঁহে যেন হাতখনত তাইৰ খুব বিষ হৈছে !!! অ' পাহৰিছিলোৱেই, আমাৰ স্কুলৰ নিতুৱে হাঁহি উঠিলে হাত চাপৰি মাৰি মাৰি হাঁহে !!হে: হে: হে:

No comments:

Post a Comment